বোট এম্বুলেন্স যোগানৰ বাবে দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ নিবিদা আহ্বান

অসম ৰাজ্যিক দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়াই বোট এম্বুলেন্স যোগানৰ বাবে নিবিদা আহ্বান কৰিছে।