ৰোড পাৰ্কিংস্থলৰ উন্নয়নৰ বাবে গড়কাপ্টানীৰ মৰিগাঁৱৰ নিবিদা আহ্বান

গড়কাপ্টানী বিভাগৰ মৰিগাঁও জিলা টেৰিটৰিয়েল পথ সংমণ্ডলে অসমৰ ৰাজ্যপালৰ হৈ অসম গড়কাপ্টানী বিভাগৰ পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা আভ্যন্তৰীণ পাৰ্কিংস্থল আৰু নলা-নৰ্দমা উন্নীতকৰণ আৰু বাবে বন্ধ খামত নিবিদা...