চাৰিটা পাৰ্কিংস্থলৰ বন্দোবস্তিৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিবিদা আহ্বান

মহানগৰীৰ চাৰিটা নতুন গাড়ী পাৰ্কিংস্থলৰ বন্দোবস্তিৰ বাবে গুৱাহাটী পৌৰ নিগমে বন্ধ খামত নিবিদা আহ্বান কৰিছে। এই কাম ২০২০-২১ত চলি থাকিব। কাম ২০২০ৰ ০১ ছেপ্টেম্বৰৰ পৰা ২০২১ৰ ৩১ মাৰ্চলৈ হব। এহেজাৰ টকা জমা...