ভাৰতীয় তীখা প্ৰাধিকৰণ (SAIL)ত বিশেষজ্ঞৰ পদখালী

ভাৰতীয় তীখা প্ৰাধিকৰণৰ ৰুৰকেল্ল তীখা ক্ষেত্ৰই বিশেষজ্ঞ (স্পেচিয়েলিষ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।