শিক্ষক নিযুক্তিৰ বাবে সৰ্বশিক্ষা অভিযানৰ আবেদন আহ্বান

উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকত শিক্ষক নিযুক্তিৰ বাবে টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা সৰ্বশিক্ষা অভিযান মিছন, অসমে আবেদন বিচাৰিছে।