হাজোৰ কামৰ বাবে পুনঃনিবিদা আহ্বান গুৱাহাটী পথ চক্ৰৰ

হাজোৰ কামৰ বাবে পুনঃনিবিদা আহ্বান গুৱাহাটী পথ চক্ৰৰ
Published on: 

                                                                                        পুনঃনিবিদা বিচাৰি গুৱাহাটী পথ চক্ৰৰ প্ৰেছ জাননী

গড়কাপ্টানী বিভাগ(পথ)ৰ গুৱাহাটী পথ চক্ৰৰ অধীক্ষক অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ ২০২০-২১ত এছ অ পি ডি-জিৰ অধীনত হাজো সমষ্টিত ভকতপাৰা বিষ্ণুমন্দিৰৰ পৰা শংকৰদেৱ শিশু নিকেতন হৈ কুতললৈ পথৰ উন্নয়ন অথবা নিৰ্মাণৰ বাবে অসম গড়কাপ্টানী বিভাগৰ অনুমোদিত ঠিকাদাৰৰ পৰা অনলাইন নিবিদা আহ্বান কৰিছে।

কামৰ সংখ্যাঃ ০১টা।

কামৰ মূল্যঃ ৫৫.৫২ লাখ টকা (আনুমানিক)।

ইয়াৰ সবিশেষ ৱেবছাইটঃ http://assamtenders.gov.in-ত চাব পাৰিব। তদুপৰি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়তো কাৰ্যালয় চলি থকাৰ সময়ত ২১-০৯-২০২০ৰ পৰা ২৮-০৯-২০২০লৈ সবিশেষ চাব পাৰিব।

স্বাক্ষৰঃ অধীক্ষক অভিযন্তা, গড়কাপ্টানী বিভাগ(পথ), গুৱাহাটী পথ চক্ৰ, গুৱাহাটী-০১।