আন্তঃজাৰ্তিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনীৰ

ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে সামাজিক মাধ্যমযোগে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।
আন্তঃজাৰ্তিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনীৰ
Published on: 

অগণন অনুৰাগীক স্তম্ভিত কৰি আকস্মিকভাবে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে মহেন্দ্ৰ সিং ধোনীয়ে। ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে সামাজিক মাধ্যমযোগে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com