বিবিধ
উৰা বাতৰি সন্দৰ্ভত মানুহৰ মতামত
উৰা বাতৰি আৰু ভূলতথ্যৰ প্ৰচাৰ যে ফেচবুক হোৱাটচ এপৰ দৰে মাধ্যমসমূহৰ দ্বাৰাই বেছিকৈ হৈছে এই কথাটো আজি কালিহে মানুহৰ দৃষ্টি গোচৰ হৈছে। মানুহে আজি কালি ছ’চিয়েল মিডিয়াত পোৱা আলোকচিত্ৰ সমূহৰ উৎসও পৰীক্ষা কৰিবলৈ লৈছে ৷উৰাবাতৰি সমূহৰ সাধাৰণতে কোনো সঠিক নিৰ্দিষ্টতা নাথাকে ৷
উৰা বাতৰিয়ে ইতিমধ্যে বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ফেচবুকে এনে সমস্যাৰ দ্বিতীয়বাৰৰ কাৰণে সৃষ্টি হোৱাটো নিবিচাৰে ৷সেয়েহে অনতি পলমে এই ভূল তথ্য আৰু উৰা বাতৰিক ফেচবুকৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি থকা হৈছে ৷ভুল তথ্যই মানুহক বিচলিত আৰু প্ৰভাৱাম্বিত কৰাই হৈছে এনেধৰণৰ তথ্য সৃষ্টিৰ মূল কাৰণ ৷
অন্য খবৰৰ বাবে পঢ়ক : ভাৰতৰ লোকসভা নিৰ্বাচন: ফেছবুকৰ পদক্ষেপ

