উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হ'ল

উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হ'ল
Published on: 

উত্তৰ পূৰ্বাঞ্চলৰ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২০ চনৰ পদ্ম বঁটা, তলত তালিকাখন দিয়া হ'ল। আজি ৰাজধানী দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিড়াবিদ সহ মুঠ ১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বঁটা প্ৰদান কৰা হ'ব।

পদ্ম বঁটাৰ তালিকা-

১) পদ্ম বিভূষণ মেৰি কম , খেল , মণিপুৰ

২) পদ্ম বিভূষণ এছচি জামিৰ , পাব্লিক এফেয়াৰ্চ , নাগালেণ্ড

৩) পদ্মশ্ৰী পি পি বৰা , আৰ্ট , অসম

৪) পদ্মশ্ৰী লীল বাহাদুৰ চেট্ৰী , সাহিত্য , শিক্ষা

৫) যোগেন্দ্ৰনাথ ফুকন - সাহিত্য শিক্ষা , অসম

৬) ডা: কুশল কোঁৱৰ শৰ্মা , মেডিচিন , অসম

৭) ওইনাম বেমবেম দেৱী , ফুটবল মণিপুৰ

৮) য়েছী দুৰজী থনসি , সাহিত্য , অৰুণাচল

৯) চি কামলোভা , সাহিত্য , শিক্ষা , মিজোৰাম

১০) পু লালবিয়াকথাংগা পাছুৱা - সাহিত্য শিক্ষা , মিজোৰাম

১১) সত্যনাৰায়ন মুনডায়ৰ - সমাজ কৰ্মী , অৰুণাচল

১২) ত্ৰিনিটি চায়ো - কৃষি , মেঘালয়

১৩) ডা: ৰবি কানন আৰ - মেডিচিন , অসম

ভিডিঅ প্ৰতক্ষ্য কৰক: Ajmal Foundation distributes 10 Computers to Axom Sahitya Sabha in Guwahati

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com