উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা: বিজ্ঞান শাখাৰ শীৰ্ষ স্থানত শয়ন মজুমদাৰ,বিতোপন অন্ধ্ৰা

উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা:  বিজ্ঞান শাখাৰ শীৰ্ষ স্থানত শয়ন মজুমদাৰ,বিতোপন অন্ধ্ৰা

আজি ঘোষণা কৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল । বিজ্ঞান শাখাৰ শীৰ্ষ ১০ টা স্থানৰ প্ৰথম স্থানত আছে ২ গৰাকী পৰীক্ষাৰ্থী । দেৰগাঁও কলেজৰ শয়ন মজুমদাৰ আৰু নগাঁওৰ ৰামানুজন জুনিয় কলেজৰ বিতোপন অন্ধ্ৰা ।

কলা শাখাৰ শীৰ্ষ ১০ টা স্থানৰ প্ৰথম স্থানত দেৰগাঁওৰ ব্ৰিলিয়ান্ত একাডেমিৰ খুশ্ববু ফিৰদুজ ।

বানিজ্যি শাখাৰ প্ৰথম স্থানত আছে কাছাৰৰ বিবেকানন্দ জুনিয়ৰ কলেজৰ অসীম চৰকাৰ ।

এইবাৰ মুঠ ২,৪২,৮৪৩ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।ইয়াৰে ১,৮৬,১৮৭ পৰীক্ষাৰ্থী কলা শাখাৰ, ৩৭,৪৫৫ গৰাকী পৰীক্ষাৰ্থী বিঞ্জান শাখাৰ আৰু ১৮,৯১০ পৰীক্ষাৰ্থী বাণিজ্য শাখাৰ|

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com