উচ্চতৰ মাধ্যমিকৰ ফলাফল: শীৰ্ষ দহটা স্থানত কেচি দাস কমাৰ্চ কলেজ আৰু কমাৰ্চ কলেজৰ পৰীক্ষাৰ্থী

উচ্চতৰ মাধ্যমিকৰ ফলাফল: শীৰ্ষ দহটা স্থানত কেচি দাস কমাৰ্চ কলেজ আৰু কমাৰ্চ কলেজৰ পৰীক্ষাৰ্থী
Published on

আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বানিজ্যি শাখাৰ গুৱাহাটী কমাৰ্চ কলেজ আৰু কেচি দাস কমাৰ্চ কলেজৰ শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ স্হানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।

কে চি দাস কমাৰ্চ কলেজৰ আয়ুশ্বি জৈনে শীৰ্ষ দ্বিতীয় স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । আয়ুশ্বি জৈনে ৫০০ নম্বৰৰ ভিতৰত ৪৬৮ লাভ কৰিছে ।

গুৱাহাটী কমাৰ্চ কলেজৰ নেহা আগৰৱালায়ে শীৰ্ষ তৃতীয় স্থানত উৰ্ত্তীৰ্ণ হৈছে । নেহা আগৰৱালায়ে ৪৬৫ নম্বৰ লাভ কৰে ।

গুৱাহাটী কমাৰ্চ কলেজৰ অৰুনাভ নাথে চতুৰ্থ স্থানত উৰ্ত্তীৰ্ণ হৈছে । অৰুনাভ নাথে ৫০০ নম্বৰৰ ভিতৰত ৪৬১ লাভ কৰিছে ।

গুৱাহাটী কমাৰ্চ কলেজৰ পঞ্চম স্থানত উৰ্ত্তীৰ্ণ হৈছে ৰাহুল ৰয় । ৰাহুল ৰয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৬০ নম্বৰ লাভ কৰে ।

কেচি দাস কমাৰ্চ কলেজৰ হাঞ্চিকা চাওলায়ে সপ্তম স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । হাঞ্চিকা চাওলায়ে ৪৬৮ নম্বৰ লাভ কৰে।

কেচি দাস কমাৰ্চ কলেজৰ দিশা জৈনে অষ্টম স্থানত উৰ্ত্তীৰ্ণ হৈছে । মুঠ ৪৫৭ নম্বৰ লাভ কৰে দিশা জৈনে ।

লগতে কে চি দাস কমাৰ্চ কলেজৰ মুচকান পাচিচিয়া, জাগ্ৰুতি চেথিয়া আৰু ইশ্বিকা আগৰৱালায়ে দশম স্থানত উৰ্ত্তীৰ্ণ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com