গুৱাহাটী ৰেল ষ্টেচনত উদ্ধাৰ হয় নিষিদ্ধ ভাং

গুৱাহাটী ৰেল ষ্টেচনত উদ্ধাৰ হয় নিষিদ্ধ ভাং
Published on

সোমবাৰে গুৱাহাটী ৰেল ষ্টেচনত উদ্ধাৰ হয় নিষিদ্ধ ভাং। সোমবাৰে ৰেল সুৰক্ষা বাহিনীয়ে কামাখ্যা ৰেলৱে ষ্টেচনত অভিযান চলাই ৪৫ কিলোগ্ৰাম ওজনৰ বাৰ বাণ্ডিল ভাং উদ্ধাৰ কৰে। নিষিদ্ধ ভাং খিনি কামৰূপ এক্সপ্ৰেচৰ ইঞ্জিনৰ তলত গোপনে ৰখা হৈছিল। উদ্ধাৰ হোৱা ভাং খিনি চৰকাৰী ৰেলৱে আৰক্ষী (জি আৰ পি) ৰ হাতত গটাই দিয়া হয়।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com