মধ্যপ্ৰদেশত বিজেপিৰ প্ৰত্যাবৰ্তন। বৰ্তমানলৈ হোৱা ভোট গণনাত বিজেপিয়ে ১০৯ খন আসন, কংগ্ৰেছে ১০৭ খন আৰু অন্যান্য দলে ১৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।.অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ