মহানগৰত বন্যহস্তী উপদ্ৰৱ: হাতীৰ পিছে পিছে বনবিভাগ আৰু আৰক্ষী

মহানগৰত বন্যহস্তী উপদ্ৰৱ: হাতীৰ পিছে পিছে বনবিভাগ আৰু আৰক্ষী

মহানগৰত বন্যহস্তীৰ উপদ্ৰৱ। গুৱাহাটীৰ ছয়মাইলৰ দিশৰ পৰা জি এচ ৰোডেৰে বনৰীয়া হাতী অতিক্ৰম কৰিছে। বন্যহস্তী টোৰ পিছে পিছে বনবিভাগ লোক আৰু আৰক্ষীয়ে।পথৰ লোক সকলৰ মাজত উৎকন্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com