লক্ষীমপুৰত জয়ৰ দিশেৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা

লক্ষীমপুৰত জয়ৰ দিশেৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা
Published on

লক্ষীমপুৰ লোকসভা আসনত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই এক বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ দিশে আগবাঢ়িছে । বৰুৱাই কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোঁহাঞিক পৰাজয় কৰি প্ৰায় ৩ লাখ ভোটত আগবাঢ়ি আছে ৷ প্ৰদান বৰুৱাই লাভ কৰিছে ৭৬২৬৪৩ টা ভোট আৰু অনিল বৰগোহাঁঞিয়ে লাভ কৰিছে ৪১৭৩৩৭ টা ভোট ৷

অন্য খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com