লোকসভাক গৃহীত হ'ল তিনি তালাক বিধেয়ক

লোকসভাক গৃহীত হ'ল তিনি তালাক বিধেয়ক

Published on

আজি লোকসভাত গৃহীত কৰা অতি স্পৰ্শ কাতৰ তিনি তালাক বিধেয়ক। বিধেয়ক খনৰ সপক্ষে ২৩৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিপক্ষে প্ৰদান কৰা হ'ল মাত্ৰ ১২ টা ভোট। কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে এই বিধেয়ক কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বুলি মন্তব্য কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com