শিৱসাগৰত বাঘ পোৱালী উদ্ধাৰ

শিৱসাগৰত বাঘ পোৱালী উদ্ধাৰ
Published on

শিৱসাগৰ জিলাৰ সাৰগুৱা গাওঁৰ গাওঁবাসীয়ে শনিবাৰে সন্ধিয়া দুটা বাঘ পোৱালী উদ্ধাৰ কৰে।বাঘ পোৱালি দুটা উদ্ধাৰৰ পিছত স্থানীয় ৰাইজে পানীদিহিং বন বিভাগক অৱগত কৰে আৰু উদ্ধাৰ হোৱা বাঘ পোৱালী দুটা বন বিভাগৰ হাতত গটাই দিয়ে। বনবিভাগে বাঘ পোৱলী দুটা ওচৰৰ পানিদিহিং বনাঞ্চালত মুকলি কৰি দিয়ে। অন্যহাতে আন এক বাঘৰ আক্ৰমণৰ ঘটনা শিৱসাগৰত সংঘটিত হৈছে।এটা চিটা বাঘৰ আক্ৰমণত তিনিজন গাওঁবাসী আহত হোৱা বুলি প্ৰাপ্ত খবৰ মতে জানিব পৰা গৈছে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com