হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
Published on

গুৱাহাটী হাতীগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।

জুই লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল।

হাতীগাওঁ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা।

লিটিল ফ্লাৱাৰ স্কুলৰ পাছফালে সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

চৰ্ত চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ স্হানীয় ৰাইজৰ।

জুইত জাহ যায় কাৰ্টনৰ গুদাম।

প্ৰায় দহতাতকৈ অধিক ভাড়াতীয়া ঘৰ সম্পুৰ্ণৰূপে জুইত জাঁহ যাই।

ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈছে ঘটনা স্থলীত।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com