ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰী হিছাপে শপত ল’লে নৰেন্দ্ৰ মোডীয়ে

ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় বাৰলৈ প্ৰধানমন্ত্ৰী হিছাপে শপত ল’লে নৰেন্দ্ৰ মোডীয়ে
Published on

ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোডীয়ে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সহিতে দেশৰ বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছতে ৰাজনাথ সিং আৰু অমিত শ্বাহে লয় শপত৷ উল্লেখ্য যে শপত গ্ৰহণ অনুষ্ঠানত খেল জগতৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতৰ সকলো ক্ষেত্ৰৰ ব্যক্তিসকল উপস্থিত আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com