জন্মদিন উপলক্ষে অমিতাভৰ বিশেষ ১০টা ৰূপ,ফটো

জন্মদিন উপলক্ষে অমিতাভৰ বিশেষ ১০টা ৰূপ,ফটো
Published on

শ্বেহেনশ্বাহ,এংৰি ইয়ং মেন,বিগ বি,ষ্টাৰ অৱ দ্যা মিলেনিয়াম হিচাপে খ্যাত সকলোৰে প্ৰিয় জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ আজি ৭৫ সংখ্যক জন্মদিন,সেয়ে তেওঁৰ জন্মদিন উপলক্ষে অমিতাভৰ বিশেষ ১০টা ৰূপৰ ফটো তলত প্ৰকাশ কৰা হ'ল-

'থগ অৱ হিন্দুস্তান' নতুনকৈ আহিবলগীয়া ছবিৰ নতুন ৰূপ

ছবি 'শ্বেহেনশ্বাহ'

পুত্ৰ অভিশেকৰ সৈতে অমিতাভ বচ্চনে অভিনয় কৰা "পা" ছবিত অমিতাভ লুক

ঝুম বাৰাবাৰ ঝুম

ৰাম গোপাল বাৰ্মাৰ ছবি 'চৰকাৰ' ছবি খনত অমিতাভ বচ্চন

ৰিষি কাপুৰৰ সৈতে অভিনীত "১০২ নট আউট" ছবি খনত ৰিষি কাপুৰৰ পিতৃ চৰিত্ৰত অভিনয় কৰিছিল অমিতাভ বচ্চনে

আলাউদ্দিন

পিকু

অন্যতম "যাদুগৰ"ৰ ৰূপত অমিতাভ বচ্চন

একলব্য: দ্যা ৰয়েল গাৰ্ড

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com