নিউয়ৰ্কৰ পৰা উভতিল আলিয়া;ফটো

নিউয়ৰ্কৰ পৰা উভতিল আলিয়া;ফটো
Published on

অতিকৈ চৰ্চাত থকা বলীউদৰ আলিয়া ভট্টে নিজৰ প্ৰেমিক ৰনবীৰ কাপুৰ আৰু পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাই আহিলে নিউয়ৰ্ক চহৰৰ পৰা । অভিনেত্ৰী গৰাকীক হাতত চাটাৰবাগচ বেগৰ সৈতে দেখা পোৱা গ'ল বিমান বন্দৰত ।

আলিয়াক অতি সুন্দৰ,ষ্টাইলিষ্ট দেখা হৈছে ।আলিয়াই পৰিধান কৰিছদ নিউড ৰঙৰ কেপৰি পেণ্টচৰ সৈতে বগা ৰঙত টি-চাৰ্ট আৰু ফ্লৰেল প্ৰিণ্টৰ জেকেট । তলত ফটো প্ৰকাশ কৰা হ'ল……………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com