কেন্দ্ৰীয় বাজেট ২০১৯ : মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট

কেন্দ্ৰীয় বাজেট ২০১৯ : মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট
Published on: 

আজি সদনত দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেট ২০১৯ দাখিল কৰে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে । পুৰনি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ যায় ।এইবাৰৰ বাজেটক "দেশ কা বহীখাতা " বুলি আখ্যা দিয়া হৈছে ।

এইবাৰৰ বিজেটত জনসাধাৰণৰ বাবে কি কি আছে:

প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’|‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’|‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’|‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’|‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’|‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’|

কৰ-

যাতায়ত-

অৰ্থনীতি-

আন বিষয় সমুহ-

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com