এনআৰচি প্ৰকাশৰ পূৰ্বে নিৰাপত্তা সন্থাই চিনাক্ত কৰিছে স্পৰ্শকাতৰ অঞ্চল

এনআৰচি প্ৰকাশৰ পূৰ্বে নিৰাপত্তা সন্থাই চিনাক্ত কৰিছে স্পৰ্শকাতৰ অঞ্চল
Published on

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশলৈ মাত্ৰ ২ দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় নিৰাপত্তা সন্থাই অসমত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আকাংশা কৰি অসমৰ স্পৰ্শকাতৰ অঞ্চলসমূহ বিচাৰি উলিয়াইছে। অসমৰ ৰাইজৰ নিৰাপত্তাৰ বাবে অসম পুলিচ আৰু সেনা একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ নিৰাপত্তাৰ বাবে চিআৰপিএফৰ ৫৩ টা,সুৰক্ষা সেনা বলৰ ৪১ টা,বিএছএফৰ ৪০ টা,আইটিবিপিৰ ২৭ টা,উদ্যোগ সুৰক্ষা বাহিনীৰ ২০ টা আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ ৫ টা কোম্পানী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com