চুকাফা দিৱসৰ কমিটি গঠন

চুকাফা দিৱসৰ কমিটি গঠন
Published on

শিৱসাগৰ জিলাৰ সদৌ টাই আহোম ছাত্ৰ সংগঠন(আটাছু)ৰ পৃষ্ঠপোষকতাত শিৱসাগৰ জিলা কমিটি আৰু আটাছু,শিৱসাগৰ মহকুমা কমিটি, আটাছু ডিমৌ আঞ্চকিক কমিটি আৰু ডিমৌৰ স্থানীয় লোকে ডিচেম্বৰৰ ২ তাৰিখে ডিমৌৰ ৰাজহুৱা খেলপথাৰত চুকাফা দিৱস পালন কৰিব ।চুকাফা দিৱস উপলক্ষে গঠন কৰা কমিটি খনৰ নাৰানাথ চেতিয়াক সভাপতি হিচাপে হৰি শেখৰ জ্যোতি দোৱাৰীক কাৰ্যকৰী অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com