বানপানীৰ পৰিস্থিতি ঢ়কুৱাখানা, গোগামুখ ৰাজহ চক্ৰৰ শোচনীয় অৱস্থা

বানপানীৰ পৰিস্থিতি ঢ়কুৱাখানা, গোগামুখ ৰাজহ চক্ৰৰ শোচনীয় অৱস্থা
Published on: 

বানপানীৰ ভয়াবহ পৰিস্থিতিয়ে সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঢ়কুৱাখানা মহকুমাৰ অৱস্থা অতি শোচনীয় কৰি তুলিছে।বানপানী হোৱাৰ প্ৰধান কাৰণ উপনৈ সমূহৰ যেনে কৰ্হা,চামপৰা আৰু বলাহী নৈৰ পানীয়ে মৰনৈ-বেবেজীয়া আৰু ঘিলামৰা সংযোগী পথৰ কাঠৰ দলংৰ লগতে উত্তৰ-পূৱৰ সমগ্ৰ অঞ্চল বানপানীয়ে বুৰাই পেলাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com