Category - খেলৰ পৃথিৱী

স্বৰ্ণকন্যা
খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

স্বৰ্ণকন্যা হিমা দাসৰ আন এক সাফল্য: পুনৰ সোনৰ পদক লাভ ধিং এক্স প্ৰেছৰ

স্বৰ্ণকন্যা তথা ধিং এক্স প্ৰেছ হিমা দাসৰ আন এক সাফল্য ৷ মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছে হিমা দাসে। এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে স্বৰ্ণ কন্যা হিমা দাসে। ইফালে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ উল্লেখ্য যে দুমাহত ষষ্ঠটো স্বৰ্ণ পদক অৰ্জন কৰিলে ধিং এক্স...

Read More
খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক?চৰ্চিত সৰ্বত্ৰে

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক কোন হ’ব৷এই প্ৰশ্নই সম্প্ৰতি সকলোৰে মাজত চৰ্চা লাভ কৰিছে। আজি বিয়লি প্ৰায় সাত বজাত নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰাৰ সম্ভৱনা আছে...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

অসমলৈ সুনাম কঢ়িয়াই আনিলে এলভিজ আলী হাজৰিকাই:সাঁতুৰি আমেৰিকাৰ পৰা মেক্সিকো পালেগৈ এলভিছ

অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম সন্তান এলভিজ আলী হাজৰিকাই ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিজ...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে প্ৰভাৱ পেলালে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত

এথলেটিক্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ বিষয় ববীয়াই কয় যে চলিত বৰ্ষৰ আৰম্ভনিতে ফ্ৰেব্ৰুৱাৰী আৰু মাৰ্চ মাহত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে লোৱা ৪৫...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

বেংগালুৰুৰ চিৰিয়াখানাত স্বৰ্ণ কন্যা হিমা দাসৰ নামত বাঘ

  সম্প্ৰতি চাৰিওফালে অব্যাহত আছে স্বৰ্ণ কন্যা হিমা দাসৰ প্ৰসংগ ৷কাৰণ তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণ অৰ্জন কৰা বিষয়ত সঁচাকৈয়ে প্ৰশংসনীয় ৷কেৱল ট্ৰেকতেই...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

২৩ সংখ্যক প্ৰেছিডেন্টছ কাপত যমুনা বড়োৰ স্বৰ্ণ পদক লাভ

অসমৰ যমুনা বড়োয়ে ২৩ সংখ্যক ইণ্ডোনেছিয়াৰ লাবুৱান বাজোত অনুষ্ঠিত প্ৰেছিডেন্টছ কাপ বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৫৪ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰে। ফাইনেলত...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

দেশৰ ক্ৰীড়া প্ৰেমীসকলৰ কাৰণে সুখবৰ: ইণ্ডোনেছিয়াত সোনৰ পদ লাভ মেৰী কমৰ

  দেশৰ ক্ৰীড়া প্ৰেমীসকলৰ কাৰণে সুখবৰ ৷ ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম (৫১) কেজি আৰু ২০১৮ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ী ছিমৰনজিৎ কৌৰেও (৬০...

খেলৰ পৃথিৱী শীৰ্ষ বাতৰি

অবসৰ পিছত ধোনিৰ জাৰ্চি ৭ ভাৰতীয় ক্ৰিকেটাৰে পৰিধান নকৰে

এম এচ ধোনিয়ে পৰিধান কৰা জাৰ্চি নম্বৰ ৭ , অবসৰৰ পাছত ভাৰতীয় ক্ৰিকেটাৰে পৰিধান নকৰে। প্ৰাক্তন অধিনায়ক গৰাকীলৈ এই সন্মান ভাৰতীয় ক্ৰিকেট টিমৰ ক্ৰিকেটাৰ সকলৰ ।...

খেলৰ পৃথিৱী

স্বৰ্ণ কন্যা হিমা দাসৰ পিছতে শ্বট পুটত সোনৰ পদকেৰে তুনলাই নাৰ্জাৰীৰ সাফল্য

স্বৰ্ণ কন্যা হিমা দাসে একেৰাহে লাভ কৰা সাফল্যৰ পিছতে, অসমৰ আৰু এগৰাকী খেলুৱৈয়ে বিশ্বৰ দৰবাৰত দেশৰ লগতে ৰাজ্যৰ নাম উজলাই তুলিছে ৷ সদ্যহতে কিৰ্গিস্তানৰ বিছকেকত...

খেলৰ পৃথিৱী

অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ: কিন্তু কি ক’লে স্বৰ্ণ কন্যাই ?

  অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ ৷ বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত নামটো হৈছে স্বৰ্ণ কন্যা হিমা দাস ৷ ন’হবনো কিয়? ১৯ বছৰীয়া হিমা...