কেটৰিনা কাঈফে দেশী সাজ পৰিধান কৰি পালন কৰিলে দূৰ্গা পূজা;ফটো

কেটৰিনা কাঈফে দেশী সাজ পৰিধান কৰি পালন কৰিলে দূৰ্গা পূজা;ফটো
Published on

মোহময়ী কেটৰিনাক দেখা পোৱা গ'ল দেশী অৱতাৰত । হয়,অভিনেত্ৰী গৰাকীয়ে গুলপীয়া ৰঙৰ শাৰী আৰু বগা ৰঙৰ ব্লাউচ পৰিধান কৰি দূৰ্গা পূজাৰ পাণ্ডালৰ তলত দেখা পোৱা গ'ল । দূৰ্গা মাক বিচাৰিলে মনৰ পৰা আশিস ।তলত কেইখন মান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল…………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com