Begin typing your search above and press return to search.

কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

কেৰালা উচ্চ ন্যায়ালয়ে গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-08-01T19:44:52+05:30

খালী পদৰ সংখ্যাঃ ০৩টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ জন্ম ২৬-০৮-১৯৯২ৰ পৰা ২৫-০৮-১৯৯৮ৰ ভিতৰত হব লাগিব।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ প্ৰাৰম্ভিক পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাতকাৰ আদি।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে www.hckrecruitment.nic.in এই ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.hckrecruitment.nic.inচাওক।

আৰু চাব পাৰেঃ বামাৰ লৱৰি এণ্ড কো (Balmer Lawrie & Co)ত চাকৰি

Next Story