নেহুত উপাচাৰ্য নিযুক্তিৰ বাবে আবেদন আহ্বান

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়(নেহু)-এ উপাচাৰ্য নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নেহুত উপাচাৰ্য নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ২লাখ ১০হেজাৰ টকা।

বয়সৰ সীমাঃ ৬৫বছৰতকৈ অধিক নোহোৱাসকলে অগ্ৰধিকাৰ পাব।

নিযু্ক্তিৰ স্থানঃ শ্বিলং।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ http://mhrd.gov.in আৰু https://www.nehu.ac.in চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com