Begin typing your search above and press return to search.

সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড তেজপুৰত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড তেজপুৰত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 5:10 AM GMT

সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড প্ৰাইভেট লিমিটেড হৈছে বিহাগুৰি, শোণিতপুৰ, তেজপুৰত অৱস্থিত এটি "টাটা মটৰ্ছ"ৰ এটি প্ৰতিষ্ঠিত বিক্ৰীকেন্দ্ৰ।

সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড তেজপুৰত ডি. এছ. ই. আৰু ৰান্ধনীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ডি. এছ. ই.।

খালী পদৰ সংখ্যা : ১০টা।

বয়স : অধিকতম ৪০বছৰ।

দৰমহা : নিয়মাৱলী অনুসৰি

পদৰ নাম : ৰান্ধনী

খালী পদৰ সংখ্যা : ০১টা

বয়স : অধিকতম ৪০বছৰ

দৰমহা :সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড প্ৰাইভেট লিমিটেডৰ নিয়মাৱলী অনুসৰি।

ঠিকনা : তেজপুৰ,অসম।

আবেদন প্ৰক্ৰিয়া : অফলাইন

অন্তিম তাৰিখ : ২০/১০/২০২১।

ইমেইল : hr@smautoworld.com।

অৰ্হতা :

ডি. এছ. ই. :

স্নাতক/ MBA-ৰ লগতে মটৰ উদ্যোগত বিক্ৰী কাৰ্যনিৰ্বাহকৰ পদত ১ বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

ৰান্ধনী :

সুণ্ডৰম মহাদেৱ অটো ৱৰ্ল্ড প্ৰাইভেট লিমিটেডৰ নিয়মাৱলী অনুসৰি।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ বায়দাটা অনলাইন যোগে নিম্নোক্ত ই - মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : hr@smautoworld.com

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

আৰু চাব পাৰেঃ ভাৰতীয় বনানীকৰণ গৱেষণা আৰু অধ্যয়ন পৰিষদ(ICFRE)- ত পদখালী

Next Story
চাকৰি