Begin typing your search above and press return to search.
তেজপুৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক নিযুক্তি
তেজপুৰ বিশ্ববিদ্যালয়ে অতিথি অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২ টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ Google Meet-ৰ জৰিয়তে প্ৰাৰ্থী বাছনি সমিতিৰ সন্মুখত মৌখিক সাক্ষাতকাৰত অৱতীৰ্ণ হব লাগিব।
আবেদনৰ নিয়মঃ আবেদন প্ৰ-পত্ৰৰ সৈতে বায়োডাটা আৰু আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপি অহা ৩১ আগষ্টৰ সন্ধিয়া পাঁচ বজাৰ ভিতৰত পোৱাকৈ hod_ee@tezu.ernet.in বা hod_edu@tezu.ernet.in-লৈ প্ৰেৰণ কৰিব লাগিব।
আৰু চাব পাৰেঃ জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানত পদখালী
Next Story