ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি ২০২০
ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ নিম্নলিখিত খালী পদ সমূহৰ পূৰণৰ বাবে অসম গেজেটৰ অংশ-IX- ত উপলব্ধ অনুচ্ছেদৰ ভাৰতীয় সংবিধানেৰ 5 আৰু 8 অনুচ্ছেদত সংযোজিত ভাৰতৰ নাগৰিক হব লাগিব।
পদৰ নাম - চাব ডিভিজন
পদৰ সংখ্যা-০১
শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা ফিজিক্যাল ইডুকেচনত ডিপ্লোমা অথবা ৩/৪ বছৰীয়া বি. পি ই ত স্নাতক।
দৰমহা- ২২০০০-৮৭০০০+গ্ৰেড পে ৯৪০০+ অন্য ভাত্তা
২)ফিজিকেল ইনষ্ট্ৰাকটৰ- ২৫
শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা ফিজিক্যাল ইডুকেচনত ডিপ্লোমা অথবা ৩/৪ বছৰীয়া বি. পি ই ত স্নাতক।
দৰমহা- ১৪০০০-৪৯০০০+গ্ৰেড পে ৮৭০০+ অন্য ভাত্তা ৩) জুনিয়ৰ এচচিটেন্ট-০২
শিক্ষাগত অৰ্হতা: স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা
এবছৰীয়া ডিপ্লোমা কম্পিউটাৰ ডিটিপি একচেল,ৱৰ্ড পাৱাৰ পইন্ট প্ৰেজেনটেচন ইনিটাৰনেট ব্ৰাউজিং
দৰমহা- ১৪০০০-৪৯০০০+গ্ৰেড পে ৮৭০০+ অন্য ভাত্তা
৪) প্ৰশিক্ষক (Coach) -০৩
* ফুটবল প্ৰশিক্ষক -০১
* পৰ্বতাৰোহী প্ৰশিক্ষক(mountaineering coach) -০২
শিক্ষাগত অৰ্হতা:
*স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা
এবছৰীয়া নেতাজী সুভাষ নেচনেল ইনচ
টিউটৰ পৰা স্পোর্টস কোচিংত ডিপ্লোমা হব লাগিব।
*স্নাতক কলা/বিজ্ঞান/বানিজ্য অথবা Method of Instruction course And Basis & Advance Course In Mountaineering.
ডিপ্লোমা হব লাগিব।
লিখিত বাচনি পৰীক্ষা/ কম্পিউটাৰ/ ফিজিকেল টেষ্ট (For Coach)
বয়স সীমা -২১ পৰা ৩৮
আবেদনৰ শেষ তাৰিখ- ২০-০২-২০২০
ঠিকনা- Directorate Of Sports & Youth Welfare, Assam, Rudra Singha Complex, Super Market, Dispur, Guwahati-6
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০