আপুনি জানেনে যে, মোবাইল টাৱাৰৰ বিকিৰণে আপোনাক ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ ঠেলি দিছে !

আপুনি জানেনে যে, মোবাইল টাৱাৰৰ বিকিৰণে আপোনাক ক্ৰমান্বয়ে  মৃত্যুৰ মুখলৈ ঠেলি দিছে !

মোবাইল টাৱাৰৰ বিচাৰণ কেঞ্চাৰ ৰোগৰ বৃদ্ধিৰ অন্যতম কাৰণ। ব্ৰেইন কেঞ্চাৰ হোৱাৰ অন্যতম কাৰণ হৈছে মোবাইল টাৱাৰ বিকিৰণ ।

জয়পুৰত ৩ টা টাৱাৰ বিকিৰণ কৰাৰ স্থাপন কৰাৰ পিছত ব্ৰেইন কেঞ্চাৰ হোৱাৰ লগতে জৰ হয়। ওচৰৰ ৫০ টা পৰিয়ালৰো ক্ষতিগ্ৰস্থ হয় ।

মোবাইল টাৱাৰৰ স্থাপনৰ ৫০ মিটাৰ দূৰত্ব থকা পৰিয়ালৰ বাবে ক্ষতিকাৰক বুলি আই আই টি বোম্বাই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক গিৰিশ কুমাৰে প্ৰকাশ কৰে । শিশুৰ ওপৰতো প্ৰভাৱ পৰে। বহুতো বিশেষজ্ঞয়ে এই কথা প্ৰকাশ কৰিছে ।

চেলফোনৰ টাৱাৰে আমাক ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ লৈ গৈছে । ৫০ মিটাৰ দূৰত্বলৈকে অতি বিপদ জনক বুলি বিশেষজ্ঞয়ে প্ৰকাশ কৰিছে ।

২০০৩ চনত চেলফোনৰ টাৱাৰ স্থাপনৰ কৰাৰ পাছত ৭ জন লোকৰ কেঞ্চাৰ হৈছিল । কাশলিৱালচে এই তথ্য দাঙি ধৰিছে । কাশলিৱালচৰ ৩ জন ভাতৃয়ে কেঞ্চাৰত আক্ৰান্ত হয় । তেওঁ প্ৰকাশ কৰা মতে প্ৰথমে কুকুৰটো কেঞ্চাৰ ৰোগ মৃত্যু হয় বুলি প্ৰকাশ কৰিছে ।

২০১০ চনৰ শেষলৈকে দেশত ৫.৪ লাখ চেলফোনৰ টাৱাৰ স্থাপন কৰা হৈছিল । দিল্লীত ৫,৩৬৪ স্থাপন কৰা হৈছে ।এনেধৰণৰ সমস্যা কেৱল জয়পুৰতে নহয় বৰঞ্চ সমগ্ৰ দেশতে । দেশৰ বিভিন্ন প্ৰান্তত এনে অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে । মুম্বাইতো এনে ঘটনাৰ উদাহৰণ হিচাপে লব পাৰি ।

মোবাইল ফোনৰ টাৱাৰ বিকিৰণ সমগ্ৰ দেশবাসীৰ কাৰনে যথেষ্ট ক্ষতিকাৰক ।মোবাইল টাৱাৰৰ বিকিৰণৰ ফলত কেঞ্চাৰৰ লগতে ব্ৰেইন কেঞ্চাৰ আদিকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে । সেয়েহে জনবসতিপূৰ্ন অঞ্চলত এনে টাৱাৰ স্থাপন অতি ভয়াবহ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com