নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০
Published on: 

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : ৰিচাৰ্চ এছচিয়েট

পদৰ সংখ্যা: ০১

দৰমহা: ৩৬,০০০/- টকা প্ৰতি মাহ

কৰ্ম স্থান: ইটানগৰ

ৱাক-ইন-ইন্টাৰভিউ তাৰিখ: ১০/০২/২০২০

পদৰ নাম : চিনিয়ৰ ৰিচাৰ্চ ফেলঅ'

পদৰ সংখ্যা: ০১

দৰমহা: ২৮,০০০/- টকা প্ৰতি মাহ।

কৰ্ম স্থান: ইটানগৰ

ৱাক-ইন-ইন্টাৰভিউ তাৰিখ: ১০/০২/২০২০

প্ৰাৰ্থী সকলে চি ভি সমূহ Head of the Agricultural Engineering Department. Interested candidates may send their bio-data in advance to the Principal Investigator, Dr. A. Bhadra, Associate Professor, Department of Agricultural Engineering (e-mail: aditibhadra@gmail.com) ত পঠিয়াব লাগিব।

** অন্য বেলেগ উপায়েৰে সাক্ষাৎকাৰ ৰ বাবে আমন্ত্রণ পত্ৰ পঠিওৱা নহব। সাক্ষাৎকাৰ বাবে কোনে TA/DA দিষা নহব। প্ৰাৰ্থী সকলে বিজ্ঞাপনটি অৰুণাচল প্ৰদেশৰ বান্দৰদোৱা চেক্ পোষ্টত দেখুৱাব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com