ছিকিম বিশ্ববিদ্যালয়ত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদখালী

ছিকিম বিশ্ববিদ্যালয়ে প্ৰাধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।