নুমলীগড় তেল শোধনাগাৰ নিযুক্তি ২০২০

নুমলীগড় তেল শোধনাগাৰ নিযুক্তি ২০২০ নুমলীগড় তেল শোধনাগাৰত নিম্নলিখিত পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন বিছাৰিছে।‌পদৰ নাম - মেনেজাৰপদৰ সংখ্যা-০১বয়স - ৬২ বছৰ ।অৰ্হতা- স্নাতকদৰমহা - ১,২০,০০০...