ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২০

৭ ফেব্ৰুৱাৰী ২০২০ৰ‌ পুৱা ১১ বজাত সাক্ষাৎকাৰৰ সময় নিৰ্ধাৰণ কৰা হৈছে । এই সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ কাৰ্যালয়ত । নিম্নলিখিত পদৰ বাবে ঠিকাভিক্তিক নিযুক্তি দিয়া হব।‌

পদৰ নাম- প্ৰজেক্ট এচিচটেন্ট

পদৰ সংখ্যা- ১

অৰ্হতা- বাণিজ্য বিভাগত পি জি , লগতে কম্পিউটাৰ, একাউন্টিং, পি এফ এম এছ , এম আই এচৰ জ্ঞান থাকিব লাগিব ।

দৰমহা - ২০,০০০ প্ৰতিমাহে

বয়স - চৰকাৰৰ নিয়ম অনুসৰি

সাক্ষাৎকাৰৰ তাৰিখ- ০৭-০২-২০২০

সময় - ১১

স্থান- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ কাৰ্যালয়, ডিব্ৰুগড়

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com